ব্লকচেইন গেমিং প্রতিষ্ঠান R-Planet ত NFT : বৃহৎ সুবিধা- খণ্ড ২ - CryptoMonkey Duniya

moving image

Latest

Friday, May 21, 2021

ব্লকচেইন গেমিং প্রতিষ্ঠান R-Planet ত NFT : বৃহৎ সুবিধা- খণ্ড ২

ইয়াত আমি R-Planet NFT কিদৰে ক্রয় কৰিব পাৰিম তাৰ ওপৰত  আলোচনা কৰিম

 


পদক্ষেপসমূহঃ

 

) পোনপ্রথমে আপোনাৰ এটা Cloud Wallet লাগিব Cloud Walletৰ বাবে https://all-access.wax.io  ত গৈ আপুনি এটা ৱালেট খুলি লওক

 


) ৱালেট টপ আপ কৰিব লাগিব ইয়াৰ বাবে আপোনাক wax coin লাগিব wax coin আপুনি Kucoin Exchange ত পাব Kucoin Exchange waxp নামেৰে কইনটো আছে

 

) Kucoin Exchange wax coin ক্রয় কৰাৰ পাছত wax coin খিনি wax wallet লৈ transfer কৰক Kucoin Exchange ত ট্রেন্সফাৰ মাছুল হিচাপে ১০ টা wax coin দিব লাগিব

 

WAX WALLET LOG IN



RECIEVE WAX IN WAX WALLET

) এতিয়া আপুনি atomichub.io নামৰ ৱেবচাইটো খুলক Website টোত লগ ইন অপচন্দেখা পাব তাত লগ ইন কৰক তেতিয়া স্বয়ংক্রিয়ভাৱে চাইটটোৱে আপোনাৰ wax wallet সংযোগ কৰিব বিচাৰিব Connet with wax cloud wallet কৰিব  Pop Up Window এখন ওলাই আহিব (আপোনাৰ লেপটপ, মবাইলৰ চেটিংচত Pop up অফ হৈ আছে যদি অন কৰি ল) Pop up window approve বিচাৰিব, approve কৰি দিব আপোনাৰ লগ ইন হৈ যাব

 

ATOMIC WALLET LOG IN

CONNECT WAX WALLET WITH ATOMICHUB


) লগ ইন কৰাৰ পাছত atomic hub ৰ সোঁফালে ওপৰত দেখা তিনিডাল সমান চিনত ক্লিক কৰিব তাত আপুনি Market Option দেখিব Market ত যাব

 

MARKET

) Market ত আপুনি Search Market কৰিব লাগিব এটা Search Bar দেখা পাব তাত rplanet বুলি search কৰিব Rplanet ৰ সকলো NFT তেতিয়া আপুনি দেখা পাব

 

SEARCH RPLANET

) Rplanetৰ অফাৰ টাইম আৰম্ভ  হোৱাৰ লগে লগে আপুনি প্রথমতে দেখা পাব যিটো পেক আপুনি ক্রয় কৰিব বিচাৰিব, তাৰ তলত BUY option দেখা পাব তাত ক্লিক কৰিব তেতিয়া এখন pop up window ওলাই আহিব Pop up window ৰ তলত approve বুলি দেখা পাব Approve কৰি দিব আপোনাৰ wax wallet ৰ পৰা পেকৰ বাবে যিখিনি wax coin লাগিব, automatically সিমানখিনি deduct যদিহে আপুনি ভাগ্যৱান, আপোনাৰ পেক ক্রয় কৰা হৈ যাব ক্রয় নহলে wallet ৰ পৰা wax coin deduct নহয়

 

ইতিমধ্যে কেইবাটাও টেলিগ্রাম গোটত ১২ লাখতকৈও অধিক লোকে এই মাইনিং ৰিগ ক্রয়ৰ বাবে অপেক্ষা কৰি আছে আমাৰ পূর্বৰ অভিজ্ঞতা অনুসৰি পূর্বে কৰা এনে বিক্রী সমূহ ইমানেই জনপ্রিয় আছিল যে মাত্র ৫ মিনিটত সমগ্র NFT ৰ বিক্রী শেষ হৈ গৈছিল

 

ক্রয় কৰা NFT ত দেখিব / পাব?

 

যদি আপোনাৰ NFT ক্রয় হৈ গৈছে, আপোনাৰ wax wallet খুলক Wallet ৰ বাওঁ দিশে ওপৰত দেখা সমান চিন তিনিডালত ক্লিক কৰক তেতিয়া তাত Dashboard দেখা My NFT ত ক্লিক কৰিলে আপোনাৰ NFT দেখা পাব

 

WAX WALLET DASHBOARD



YOUR NFT

NFT UNPAKING

NFT  পেক ক্রয় কৰাৰ পাছত আপুনি পেকটো UNPACK কৰিব লাগিব NFT ৰ তলত UNPACK বুলি দেখা পাব কিন্তু এই UNPACKING আপুনি NFT কিনাৰ ১ ঘণ্টা পাছতহে কৰিব পাৰিব আনপেক কৰাৰ পাছত চেক কৰিব আপুনি কেনেধৰণৰ NFT লাভ কৰিছে

 

NFT সমূহ কি কৰিব?

 

NFT লাভ কৰাৰ পাছত আপোনাৰ ওচৰত দুটা option থাকিব প্রথম, আপুনি আপোনাৰ NFT তৎক্ষণাত বিক্রী কৰি দিব পাৰিব বহু অধিক মূল্যত দ্বিতীয়তে আপুনি NFT সমূহ staking কৰিব পাৰিব Staking কৰিলে দৈনিক এটা স্থায়ী লাভ/উপার্জন কৰিব

 

Staking কৰিবৰ বাবে এইবাৰ https://rplanet.io নামৰ website টো খুলক Website টোত পুনৰ wax cloud wallet ৰ যোগেদি log in কৰক এতিয়া তাত Staking ৰ বহুতো option দেখা পাব এই option বিলাকৰ ভিতৰত rplanet পৰীক্ষাৰ কৰক Rplanetৰ সোঁদিশে থকা more info  ক্লিক কৰিব তেতিয়া rplanet staking option দেখা পাব আৰু আপোনাৰ NFT সমূহও দেখা পাব প্রতিটো NFT ৰ তলত STAKE বুলি লিখা থাকিব, তাত ক্লিক কৰিব পুনৰ আন এখন pop up window ওলাই আহিব approval ৰ বাবে Approve কৰি দিব  এইদৰে প্রতিটো NFT staking কৰি দিব

 

আপোনাৰ পেকটো যদি Mini হয়, তেন্তে আপুনি প্রতি ঘণ্টাত নুন্যতম ১০০০ বা তাতকৈও অধিক Aether Coin পাব যদি আপোনাৰ পেক Mega হয়, তেন্তে প্রতি ঘণ্টাত নুন্যতম ৪০০০ বা অধিক Aether Coin লাভ কৰিব এই Aether Coin খিনি আপুনি যিকোনো মূহুর্তত বিক্রী কৰি দিব পাৰিব

 

Best of Luck

 

 

 

No comments:

Post a Comment

Post Top Ad