ব্লকচেইন গেমিং প্রতিষ্ঠান R-Planet ত NFT : বৃহৎ সুবিধা - CryptoMonkey Duniya

moving image

Latest

Thursday, May 20, 2021

ব্লকচেইন গেমিং প্রতিষ্ঠান R-Planet ত NFT : বৃহৎ সুবিধা

বর্তমান বিশ্বৰ দামী আৰু বৃহৎ ব্লকচেইন গেমিং প্রতিষ্ঠান R-Planet ত NFT লাভ কৰাৰ এক বৃহৎ সুবিধা আনিছে।

 

ক্রিপ্তো জগতত কোনো অসুবিধা নোহোৱাকৈ এক স্থায়ী উপার্জনৰ বাবে R-Planet হৈছে এক উপযুক্ত স্থান। ইয়াৰ NFT সমূহৰ মূল্য যথেষ্ট বেছি। আনকি কিছুমান NFT লাখ ডলাৰ মূল্যত ও কিনা বেছা হৈ থাকে।

R Planet ইয়াৰ  ব্যৱহাৰহাৰী সকলৰ বাবে লৈ আনিছে এক অফাৰ।

 


ইয়াৰ WECAN দলে হোৱাইটলিষ্ট ব্যৱহাৰ নকৰাকৈ এই NFT সমূহ বিক্রীৰ সিদ্ধান্ত লৈছে।

 আমি বিচাৰো যে সকলোকে অন্তৰ্ভুক্ত কৰা হওক আৰু সমান সুযোগ পাওক। কঠোৰ পেক সীমা আৰু কুলডাউন ম্যাদ সক্ষম কৰি, আমি বিশ্বাস কৰো যে ৰিগ পেকবোৰৰ এক ন্যায্য আৰু বিস্তৃত বিতৰণ হ'ব। আশা কৰোঁ, প্ৰকল্পটোৰ সকলো নতুন অনুসৰণকাৰীয়ে উপাদানবোৰ তৈয়াৰ কৰা আৰু উমৈহতীয়া উদ্দেশ্যত তেওঁলোকৰ অৱদান আগবঢ়োৱাৰ সৈতে আৰম্ভ কৰিবলৈ সক্ষম হ'ব।

আমি বিক্ৰীত অংশগ্ৰহণ কৰাৰ পৰা BOT বোৰ আঁতৰাবলৈ যথাসাপেক্ষ চেষ্টা কৰাৰ সময়ত সৰ্বশ্ৰেষ্ঠ ব্যৱহাৰকাৰীৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ গুগল কেপচাৰ সৈতে বিক্ৰীৰ বাবে Atomic Market ব্যৱহাৰ কৰিম।

বহু তত্বাৱধানৰ পিছত, আমি এটা সিদ্ধান্ত লৈছো: প্ৰতিজন ব্যৱহাৰকাৰীক কেৱল ১ টা মিনি পেক আৰু ১ টা মেগা পেক ক্ৰয় কৰিবলৈ অনুমতি দিয়া হ', ৫ মিনিটৰ কুলডাউন ম্যাদৰ সৈতে

 

এই NFT সমূহ Aether মাইনিংত ব্যৱহাৰ কৰা হ’ব। যদি আপুনি সৌভাগ্যবান হয় তেন্তে ১টা মাত্র NFT পেক ক্রয় কৰি মাহিলি নুন্যতম ৮০০০- ১৪০০০ টকা স্থায়ী উপার্জন কৰিবলৈ সক্ষম হ’ব। ভাগ্যৱান বুলি এইবাবেই কোৱা হৈছে যে এই NFT সমূহ অত্যন্ত সীমিত।

 

কেনেকৈ, কেতিয়া ক্রয় কৰিব পাৰিব?

 

মাইনিং ৰিগ এন.এফ.টি. ১-ঘণ্টাকৈ দুটা পর্যায়ত বিক্ৰী কৰা হ'ব।

 

ইয়াত সর্বমূঠ দুটা পৃথক পেক উপলব্ধ হ'ব:

 

১)

মিনি পেক অফ মাইনিং টুলছমাইনিং সঁজুলিৰ (Tools) টা এন এফ টি কাৰ্ড আছে।

ইয়াত আপুনি বিভিন্ন প্রকাৰৰ NFT পোৱাৰ সম্ভাৱনা আছে-

 


Common NFT – 63%

Uncommon NFT – 22.5%

Rare NFT9.5%

Epic NFT– 4%

Legendary NFT0.8%

Mythic NFT– 0.2%

 

মাইনিং  পাৱাৰ - ১০০০+ Aether/ঘণ্টা নিশ্চিত

১০০০X২৪ ঘণ্টা = ২৪০০০ টা Aether Coin

২৪০০০X ৩০ দিন = ৭,২০,০০০ টা Aether Coin

 

যাৰ বর্তমান বজাৰ মূল্য ৩০০ ডলাৰ (প্রতি মাহে)

 

 

এই পেকৰ মূল্য – ৩০ ডলাৰ (Wax)

 

এই NFTৰ সর্বমুঠ ৯০০০ টা পেক উপলব্ধ হ'ব।

 

বিক্ৰীৰ প্রক্রিয়া শনিবাৰে, মে'ত আৰম্ভ হ'

২২ মে  UTC সময় 4.00 P.M.

বিক্ৰীৰ ম্যাদ – ১ ঘণ্টা

 

২)

মাইনিং সঁজুলিৰ মেগা পেক – মাইনিং সঁজুলিৰ ২৪ টা এন এফ টি কাৰ্ড।

 


ইয়াত আপুনি বিভিন্ন প্রকাৰৰ NFT পোৱাৰ সম্ভাৱনা আছে-

 

Common NFT – 63%

Uncommon NFT – 22%

Rare NFT9.5%

Epic NFT– 1%

Legendary NFT0.8%

Mythic NFT– 0.5%

 

মাইনিং  পাৱাৰ4000 +Aether /ঘণ্টা নিশ্চিত

 

৪০০০X২৪ ঘণ্টা = ৯৬০০০ টা Aether Coin

৯৬০০০X ৩০ দিন = ২৮,৮০,০০০ টা Aether Coin

 

যাৰ বর্তমান বজাৰ মূল্য ১২০০ ডলাৰ (প্রতি মাহে)

 

এই পেকৰ মূল্য – ১২০ ডলাৰ (Wax)

এই NFTৰ সর্বমুঠ ২২৫০ টা পেক উপলব্ধ হ'ব।

 

বিক্ৰীৰ প্রক্রিয়া শনিবাৰে, মে'ত আৰম্ভ হ'

২২ মে  UTC সময় 5.00 P.M.

বিক্ৰীৰ ম্যাদ – ১ ঘণ্টা

 

 

উল্লেখযোগ্য যে প্রথম NFT খিনি বিক্রীৰ পাছতহে দ্বিতীয় NFT সমূহ বিক্রী কৰা হ’ব।

 

R-Planet কি, কেনেকৈ ইয়াক ব্যৱহাৰ কৰে, কেনেকৈ এই NFT ক্রয় কৰিব আমি পৰৱর্তী লিখনিত আলোচনা কৰিম।

No comments:

Post a Comment

Post Top Ad